@meenagogoiborgohain4170

খুউব ভাল লাগিছে--এই সামাজিক, পৰিয়াল কেন্দ্ৰীক ধাৰাবাহিক খন মোৰ এই কাৰণেই ভাল লাগে যে আমাৰ নিজৰেই সমস্যা বোৰৰ লগত খাপ খাই পৰে---সমস্যাৰ অন্ত নাই-- এটা ওৰ পৰে আন এটা ওলায়--- মুঠতে বেলেঞ্চ কৰাৰ চেষ্টাতেই সময় যায়😅😅

@PriyankaDevi-hh3cx

Avang val halei hol.

@rumakatoky8806

Buwari sabor mon nujua hoise aru eman bhal ghar khon ghurai paise sahos kori sree gusi gole sai bhal lagibo.😊

@aadivlogs4679

❤❤❤

@purandarkalita9522

Bowari ganto diye bidhan mare seriyelkhon

@dgyvlog1

❤❤❤❤❤