
SITHI | Rajveer | Assamese Music Video
Audio Credits
Lyrics & Composition - Raj veer
Arrangements & Sound Engineering - Rishiraj Basu
Visual Credits
Casts
Priyabrata Sen
Debalina Dey
Shayani Boliar
Sampreeth Banerjee
Concept & Direction
Raj veer
Dop, Editor,Colorist - Soubik Debnath
Assistant Dop - Dev K Das
Graffer - Soumodip Karmakar
Art - Sampreeth Banerjee
Bts - Samdipto Mukhopadhyay
Produced by - Mrinmoy Dohutia
Ep - Samaresh Das
Line Production
Prasenjit Rajak
Chiranjit Rajak
Village
Chirugora
Special Thanks
Mohul Chakraborty
Rupashree Phukan
চিঠি
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ×২
তোমাৰ বাবেই মোৰ গানৰ চোতালত
পুৱতি চৰায়ে মনগীত জুৰে
তোমাৰ বাবেই তো মুকলি আকাশত
ভাঙি পৰা সপোনেও ডেউকা মেলে × ২
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
যেতিয়া কপালতে তুমি
আঁকি লোৱা সেন্দুৰিয়া বেলি
খোপাতে নামিব যেন আহি
এটি মধুৰ কোমল আবেলি
কঙালিটো যেতিয়া পিন্ধিলোৱা হাঁহি,
কিদৰে বুজাও সোণ, এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
সচায়ে যদি হয় প্ৰিয়
পুনৰ জনমৰ কাহিনী
অহাবেলি মোৰ কপালতে
তুমি ৰঙা ৰং সানি দিবাহি
তথাপিও জানো হব পাৰিম
তোমাৰ দৰে লগৰী
লিখিলো আৱেগৰে চিঠি
এটুকুৰা সঁচা অনুভূতি
কঙালিতো যেতিয়া পিন্ধিলোৱা হাঁহি
কিদৰে বুজাও সোণ এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ।।
コメント